নিউজ ডেস্ক, 24 নৱেম্বৰ : উত্তৰপ্ৰদেশ কেবিনেটত পাছ হ‘ল লাভ জিহাদৰ এক অধ্যাদেশ ৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য়নাথে মঙলবাৰে বিয়লি 4:30 বজাত কেবিনেটৰ বৈঠক আয়োজন কৰিছিল ৷ এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ বৈবাহিক সম্পৰ্ক স্থাপন কৰাক লৈ বনোৱা এই আইনৰ মতে, বিবাহৰ দুই মাহ পূৰ্বে জাননী দিব লাগিব ৷ লগতে বিয়াৰ বাবে জিলা ন্যায়াধীশৰ অনুমতিৰো প্ৰয়োজন হ‘ব ৷ এই অধ্যাদেশত শাস্তিৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ পৰিচয় লুকুৱাই কাৰোবাক বিয়া কৰোৱালে 10 বছৰৰ কাৰাবাস খাটিব লাগিব অভিযুক্তই ৷
লাভ জিহাদঃ পৰিচয় লুকুৱাই বিয়া কৰোৱালে 10 বছৰৰ কাৰাদণ্ড
এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ বৈবাহিক সম্পৰ্ক স্থাপন কৰাক লৈ বনোৱা এই আইনৰ মতে, বিবাহৰ দুই মাহ পূৰ্বে জাননী দিব লাগিব ৷ লগতে বিয়াৰ বাবে জিলা ন্যায়াধীশৰ অনুমতিৰো প্ৰয়োজন হ‘ব ৷ এই অধ্যাদেশত শাস্তিৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ পৰিচয় লুকুৱাই কাৰোবাক বিয়া কৰোৱালে 10 বছৰৰ কাৰাবাস খাটিব লাগিব অভিযুক্তই ৷
লাভ জিহাদঃ পৰিচয় লুকুৱাই বিয়া কৰোৱালে 10 বছৰৰ কাৰাদণ্ড