নিউজ ডেস্ক, 14 এপ্ৰিল :আজি দেশাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সতৰ্ক হৈ থকাৰ নিৰ্দেশ ৷ আনহাতে আজি অন্ত পৰিবলগীয়া লক্ ডাউনৰ সময়সীমা 3 মে'লৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, ভাৰতত ভয়ানকক ৰূপত সংক্ৰমণ হৈছে কৰ'ণা ভাইৰাছ ৷ বিগত 24 ঘন্টাত 1211 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 31 জনৰ ৷
3 মে' লৈ বৃদ্ধি লক্ ডাউনৰ সময় সীমা !
লক্ ডাউনৰ সময়সীমা 3 মে'লৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা প্ৰধানমন্ত্ৰীৰ ৷
LOCKDOWN EXTENDED