অসম

assam

By

Published : Jun 19, 2020, 12:40 PM IST

Updated : Jun 19, 2020, 1:03 PM IST

ETV Bharat / bharat

ভাৰতবৰ্ষত কোভিড -১৯ ত এদিনতে আক্ৰান্ত হ'ল ১৩,৫৮৬ গৰাকী

দেশত প্ৰতিদিনে ক'ৰণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।

ভাৰতবৰ্ষত কোভিড -১৯ ত এদিনতে আক্ৰান্তৰ সংখ্যা হ'ল ১৩৫৮৬ জন
ভাৰতবৰ্ষত কোভিড -১৯ ত এদিনতে আক্ৰান্তৰ সংখ্যা হ'ল ১৩৫৮৬ জন

নিউজ ডেস্ক, 19 জুন : ভাৰতবৰ্ষত কোভিড -১৯ ত এদিনতে আক্ৰান্ত হ'ল ১৩,৫৮৬ গৰাকী ৷ ইয়াৰ ফলত দেশত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 380,532 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, মৃতকৰ সংখ্যা 12,573 গৰাকী হৈছেগৈ ৷

ভাৰতবৰ্ষত কোভিড -১৯ ত এদিনতে আক্ৰান্তৰ সংখ্যা হ'ল ১৩৫৮৬ জন
Last Updated : Jun 19, 2020, 1:03 PM IST

ABOUT THE AUTHOR

...view details