অসম

assam

ETV Bharat / bharat

দেশবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান

লক ডাউনৰ সময়চোৱাত দেশবাসীয়ে কৰা মাজত কৰ'ণা ৰোধৰ প্ৰয়াসকৰ প্ৰতি প্ৰশংসা জনাই, অহা 5 এপ্ৰিলৰ নিশা 9 বজাত COVID-19ৰ বাবে ভাৰতে কৰা যুদ্ধক চিহ্নিত কৰিবলৈ ম'বাইলৰ ফ্লেছ লাইট, চাকি আদি জ্বলাবলৈ আহ্বান জনায় ৷

By

Published : Apr 3, 2020, 9:56 AM IST

প্ৰধানমন্ত্ৰীৰ আহ্বান
প্ৰধানমন্ত্ৰীৰ আহ্বান

নিউজ ডেস্ক, 3 এপ্ৰিলঃলক ডাউনৰ পিচতে ৰাষ্ট্ৰৰ বাবে নিজৰ প্ৰথমটো ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীক COVID-19ৰ বাবে ভাৰতে কৰা যুদ্ধক চিহ্নিত কৰিবলৈ 5 এপ্ৰিলৰ নিশা 9 বজাত 9 মিনিটৰ বাবে নিজৰ মোবাইলৰ ফ্লেছ লাইট, চাকি আদি জ্বলাবলৈ আহ্বান জনাইছে ৷

দেশবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান

সকলো লোকৰ প্ৰয়াসক প্ৰসংশা জনাই প্ৰধানমন্ত্ৰীয়ে কয়, যদিও বৰ্তমান সকলো লোক নিজ ঘৰৰ ভিতৰত সোমাই আনৰ পৰা পৃথককৈ আছে, তথাপিও তেওঁলোক অকলশৰীয়া নহয় ৷ কিয়নো সমগ্ৰ 130 কোটি ভাৰতীয় বৰ্তমানো ঐক্যবদ্ধ ৷

লগতে পঢ়কঃকভিড 19 ৰ ৰোগীৰ বাবে সাজু ভাৰতীয় ৰে'লৱে...

ABOUT THE AUTHOR

...view details