নেশ্যনেল ডেস্ক, 22 জুলাই : শাৰীৰিক শোষণৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ অধীনত গোচৰ ৰুজু হোৱা এজন অভিযুক্তই বুধবাৰে পুৱাৰ ভাগত আৰক্ষীৰ জিম্মাতে সাগৰত জাপ মাৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,কেৰালাৰ কাছাৰগোডে জিলাৰ কাছাবালৈ সাক্ষ্য সংগ্ৰহৰ বাবে লৈ যোৱা সময়ত অভিযুক্তজনে সাগৰত জপিয়ায় ৷
উল্লেখ্য যে,মঙলবাৰে সন্ধিয়াভাগত অভিযুক্ত মহেশৰ চুবুৰীয়াৰ গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল ৷ আৰক্ষীৰ মতে,সাগৰেদি অভিযুক্তজনক সাক্ষ্য সংগ্ৰহৰ বাবে লৈ যোৱা সময়তে তেওঁ পানীলৈ জাপ মাৰে ৷