অসম

assam

ETV Bharat / bharat

যোধপুৰত দুৰ্ঘটনাত 12 জন নিহত, একে পৰিয়ালৰে 7জনৰ মৃত্যু

যোধপুৰত সোমবাৰে নিশা হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত 12 জন লোকৰ মৃত্যু ৷ ইয়াৰ ভিতৰত 11 জনক চিনাক্ত কৰাৰ বিপৰীতে 1 জনক এতিয়াও চিনাক্ত কৰা হোৱা নাই ৷

By

Published : May 28, 2019, 1:18 PM IST

যোধপুৰত পথ দুৰ্ঘটনাত একে পৰিয়ালৰে 7 জনৰ মৃত্যু

নিউজডেস্ক,28মে': যোধপুৰত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 2 খন স্কৰপিঅ'ৰ মুখামুখি সংঘৰ্ষত 12 জন লোকে মৃত্যুক সাবটি লয় ৷আহতসকলক এতিয়াও মথুৰাঘাট হাস্পটালত চিকিৎসা কৰি থকা হৈছে ৷ উল্লেখ্য যে এই দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ 7 জন লোকে প্ৰাণ হেৰুৱায় ৷

যোধপুৰত পথ দুৰ্ঘটনাত একে পৰিয়ালৰে 7 জনৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details