অসম

assam

ETV Bharat / bharat

সঞ্জয় কুণ্ডুক হিমাচল প্ৰদেশ আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি - আই পি এচ বিষয়া সঞ্জয় কুণ্ডু

হিমাচল প্ৰদেশ আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে আই পি এচ বিষয়া সঞ্জয় কুণ্ডুয়ে। পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে সংযুক্ত ৰাষ্ট্ৰৰ আৰক্ষী আয়ুক্ত হিচাপে কাম কৰিছিল।

new DGP of Himachal Pradesh
IPS officer Sanjay Kundu on Saturday took charge as the new DGP of Himachal Pradesh

By

Published : May 31, 2020, 8:05 PM IST

নিউজ ডেস্ক, ৩১ মে' :সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া সঞ্জয় কুণ্ডুক হিমাচল প্ৰদেশ আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান নিযুক্তি দিয়া হয় । শনিবাৰে সঞ্চালক প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে সঞ্জয় কুণ্ডুয়ে ।

১৯৮৯ চনত আই পি এচ বিষয়া হিচাপে যোগদান কৰা সঞ্জয় কুণ্ডুয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে সংযুক্ত ৰাষ্ট্ৰৰ আৰক্ষী আয়ুক্ত হিচাপে কাম কৰিছিল । মানৱ অধিকাৰ আৰু জাতীয় ক্ষমতা বৃদ্ধিৰ বাবে কাম কৰিছিল হিমাচল প্ৰদেশৰ নৱনিযুক্ত নতুন সঞ্চালক প্ৰধানগৰাকীয়ে ।

সঞ্জয় কুণ্ডুক হিমাচল প্ৰদেশ আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

সম্প্ৰতি হিমাচল প্ৰদেশৰ মুখ্য প্ৰৱাসী আয়ুক্ত হিচাপেও নতুন দিল্লীত কাৰ্যভাৰ গ্ৰহণ কৰি আছে সঞ্জয় কুণ্ডুৱে । লগতে, তেওঁ কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰণালয়ৰ সংযুক্ত সচিব আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাম কৰিছিল ।

ABOUT THE AUTHOR

...view details