অসম

assam

ভাৰতীয় নৌসেনাই প্ৰক্ষেপণ কৰা ক্ষেপণাস্ত্ৰৰ লক্ষ্যক আঘাত

By

Published : Oct 30, 2020, 10:00 PM IST

ভাৰতীয় নৌসেনাই প্ৰক্ষেপণ কৰা গাইডেট মিচাইল কৰবেট আইএনএচ ক'ৰাই শুকুৰবাৰে লক্ষ্যত আঘাত কৰে ৷ সম্পূৰ্ণ সঠিকভাৱে এই মিচাইলে বংগোপসাগৰত লক্ষ্য কৰি লোৱা জাহাজখনক আঘাত কৰে ৷

ভাৰতীয় নৌসেনাই প্ৰক্ষেপন কৰা ক্ষেপনাস্ত্ৰৰ লক্ষ্যক আঘাত
ভাৰতীয় নৌসেনাই প্ৰক্ষেপন কৰা ক্ষেপনাস্ত্ৰৰ লক্ষ্যক আঘাত

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ :ভাৰতীয় নৌসেনাৰ দ্বাৰা প্ৰক্ষেপিত এক জাহাজ প্ৰতিৰোধী মিছাইল (এএছএইচএম) এ শুকুৰবাৰে সম্পূৰ্ণ সঠিকভাৱে লক্ষ্যত আঘাত কৰে ৷ ভাৰতীয় নৌসেনাৰ গাইডেট মিচাইল কৰভেট আইএনএচ ক'ৰা এ সম্পূৰ্ণ সঠিকভাৱে বংগোপসাগৰত লক্ষ্যত আঘাত কৰে ৷ তথ্য অনুসৰি নৌসেনাই প্ৰক্ষেপন কৰা মিচাইলে লক্ষ্য কৰি লোৱা জাহাজখনক সম্পূৰ্ণ নিৰ্ভুলভাৱে আঘাত কৰাৰ ফলত জাহাজখনৰ বিস্তৰ ক্ষতিসাধন হয় ৷

ABOUT THE AUTHOR

...view details