অসম

assam

ETV Bharat / bharat

নকল চিগাৰেটৰ পৰা সাৱধান!

নকল চিগাৰেট প্ৰস্তুতৰ বাবে ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত কাৰখানা স্থাপন ৷ এই কাৰখানা সমূহত তৈয়াৰ কৰা হয় দামী বিদেশী ব্ৰেণ্ডৰ নকল চিগাৰেট ৷

নকলী চিগাৰেট প্ৰস্তুতকেন্দ্ৰলৈ পৰিণত ভাৰত

By

Published : Jun 29, 2019, 7:41 PM IST

নিউজ ডেস্ক, 29 জুন: নকল চিগাৰেট প্ৰস্তুতকৰণত বিশ্বৰ চতুৰ্থ স্থানত ভাৰত ৷ নকল চিগাৰেট প্ৰস্তুতিৰ বাবে ৰাজস্থান, পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত কাৰখানা স্থাপন ৷ এই কাৰখানা সমূহত তৈয়াৰ কৰা হয় দামী বিদেশী ব্ৰেণ্ডৰ চিগাৰেটৰ নকল ৷ Industries Development Regulation Act (IDR) Act ,1951ত থকা বিসংগতি সমূহৰ বাবে এই নকলৰ ৰমৰমীয়া বেহা চলি আছে ৷ ইয়াৰ ফলস্বৰূপে ভাৰতে বছৰি 13000 কোটি টকাৰ ৰাজহ লোকচান ভুগিব লগা হৈছে ৷ Industries Development Regulation Act (IDR) Act, 1951 চৰকাৰে অতি শীঘ্ৰে সংশোধন নকৰিলে আৰু অধিক লোকচানৰ সন্মুখীন হ'ব ভাৰত ৷

নকলী চিগাৰেট প্ৰস্তুতকেন্দ্ৰলৈ পৰিণত ভাৰত

For All Latest Updates

ABOUT THE AUTHOR

...view details