অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি - কৃষক বিধেয়কৰ বিৰুদ্ধে আজি কংগ্ৰেছৰ ৰাষ্ট্ৰজোৰা প্ৰতিবাদ

ফিট ইণ্ডিয়া ডায়লগৰ সৈতে সংগতি ৰাখি শৰীৰ চৰ্চাবিদৰে ভাৱ-বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 7 খন ৰাজ্যত 43 খন দলং আৰু তাৱাং সুৰংগৰ আধাৰশিলা মুকলি কৰিব ৰাজনাথ সিঙে ৷ কেন্দ্ৰীয় মন্ত্ৰী অংগডীৰ মৃত্যু : চৰকাৰী কাৰ্যালয়ত কৰা হ'ব পতাকা অৰ্ধনমিত ৷ কৃষক বিধেয়কৰ বিৰুদ্ধে আজি কংগ্ৰেছৰ ৰাষ্ট্ৰজোৰা প্ৰতিবাদ ৷ দৰমহা লাভ নকৰা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যাযালয়ে ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

By

Published : Sep 24, 2020, 9:47 AM IST

1. ফিট ইণ্ডিয়া ডায়লগৰ সৈতে সংগতি ৰাখি শৰীৰ চৰ্চাবিদৰে ভাৱ-বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

অনলাইনযোগে সমগ্ৰ ৰাষ্ট্ৰজুৰি আয়োজন কৰিবলগা ফিট ইণ্ডিয়া ডায়লগৰ সৈতে সংগতি ৰাখি শৰীৰ চৰ্চাবিদৰে ভাৱ-বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ফিট ইণ্ডিয়া মোভমেন্টৰ প্ৰথমটো বাৰ্ষিকী উপলক্ষ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

প্ৰধানমন্ত্ৰী মোডী

2. 7 খন ৰাজ্যত 43 খন দলং আৰু তাৱাং সুৰঙ্গৰ আধাৰশিলা মুকলি কৰিব ৰাজনাথ সিঙে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 7 খনকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 43 খন দলং মুকলি কৰিব ৷ আনহাতে, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অৰুণাচল প্ৰদেশত এক গুৰুত্বপূৰ্ণ সুৰঙ্গৰ আধাৰশিলা স্থাপন কৰিব সিঙে ৷

ৰাজনাথ সিং

3. কেন্দ্ৰীয় মন্ত্ৰী অংগডীৰ মৃত্যু : চৰকাৰী কাৰ্যালয়ত কৰা হ'ব পতাকা অৰ্ধনমিত

ৰেলৱে' বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুৰেশ অংগডীৰ মৃত্যুৰ বাবে দিল্লীৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হ'ব ৷

কেন্দ্ৰীয় মন্ত্ৰী অংগডীৰ মৃত্যু

4. কৃষক বিধেয়কৰ বিৰুদ্ধে আজি কংগ্ৰেছৰ ৰাষ্ট্ৰজোৰা প্ৰতিবাদ

কৃষক বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছে আজি ৰাষ্ট্ৰজোৰা প্ৰতিবাদ সাব্যস্ত কৰিব ৷

কৃষক বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

5. দৰমহা লাভ নকৰা দিল্লী বিশ্ববিদ্যালয়ৰ আবেদনৰ অধ্যাপকৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যাযালয়ে

দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকে যোৱা চাৰি মাহ ধৰি দৰমহা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ সেই আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ৷

দিল্লী উচ্চ ন্যাযালয়

ABOUT THE AUTHOR

...view details