C-17 বিমানৰে অমৰনাথ যাত্ৰীক এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ - AMARNATH YATRA
ভাৰতীয় বায়ু সেনাক C-17 বিমানৰে অমৰনাথ যাত্ৰীক এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ ৷ অমৰনাথ যাত্ৰী সমূহক কাশ্মীৰৰ পৰা এয়াৰলিফ্ট কৰি জম্মু, পাঠানকোট বা দিল্লীলৈ লৈ যোৱা অনুৰুধ চৰকাৰৰ যৰ পৰা তেঁওলোক নিজৰ ঘৰ অভিমুখে যাবলৈ সুবিধা হ’ব ৷ ইতিমধ্যে C-17 বিমানসমূহ অৰ্ধসামৰিক বাহিনীসমূহক দেশৰ বিভীন্ন প্ৰান্তৰ পৰা কাশ্মীৰলৈ নিয়াত নিয়োজিত হৈ আছে ৷
নিউজ ডেস্ক, 3 জুলাই: ভাৰতীয় বায়ু সেনাক C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ ৷ অমৰনাথ যাত্ৰী সমূহক কাশ্মীৰৰ পৰা এয়াৰলিফ্ট কৰি জম্মু, পাঠানকোট বা দিল্লীলৈ লৈ যোৱা অনুৰুধ চৰকাৰৰ যৰ পৰা তেঁওলোক নিজৰ ঘৰ অভিমুখে যাবলৈ সুবিধা হ’ব ৷ ইতিমধ্যে C-17 বিমানসমূহ অৰ্ধসামৰিক বাহিনীসমূহক দেশৰ বিভীন্ন প্ৰান্তৰ পৰা কাশ্মীৰলৈ নিয়াত নিয়োজিত হৈ আছে ৷ এখন C-17 Globemaster বিমানে এবাৰত 230 গৰাকী লোক কঢ়িয়াব পাৰে ৷ জম্মু চৰকাৰে এক অধিসূচনা জড়িয়তে অমৰনাথ যাত্ৰীসমূহক যিমান পাৰে সোনকালে নিজৰ ঘৰলৈ ওভতি যাবলৈ পৰামৰ্শ আগবঢ়াইছে ৷