ন্যায়াধীশৰ সংখ্যা বৃদ্ধি বিধেয়ক অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ! - ৰঞ্জন গগৈ
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সংখ্যা বৃদ্ধিৰ বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ বিগত সপ্তাহটোত সদনৰ কাৰ্যক্ৰমনিকাত গৃহীত কৰা হৈছিল উক্ত বিধেয়কখন ৷
ন্যায়াধীশৰ সংখ্যা বৃদ্ধিত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ !
নেশ্বনেল ডেস্ক,13 আগষ্টঃ
- উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ
- 30 ৰ পৰা 33 লৈ বৃদ্ধি কৰা হ'ব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা
- বিগত সপ্তাহটোত সদনৰ কাৰ্যক্ৰমনিকাত গৃহীত কৰা হৈছিল উক্ত বিধেয়কখন
- বৰ্তমান উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈকে ধৰি সৰ্বমুঠ ন্যায়াধীশৰ সংখ্যা 31 গৰাকী
- উচ্চ ন্যায়ালয় অথবা সত্ৰ ন্যায়াধীশৰ আদালতত বৃদ্ধি পোৱা গোচৰৰ বাবেই ন্যায়াধীশৰ সংখ্যা 3 অথবা 10 শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ
- মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে প্ৰধানমন্ত্ৰী মোদীলৈ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিবলৈ জনোৱা আহ্বানৰ পাচতেই কাৰ্যকৰী কৰা হৈছে এই বিধেয়ক