অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 2 july history

চাওঁ আহক বিশ্ব ইতিহাসত ৫ জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

etv bharat

By

Published : Jul 5, 2019, 5:30 AM IST

Updated : Jul 5, 2019, 6:20 AM IST

  • 1954 চনৰ আজিৰ দিনটোতে বিবিচি য়ে ইয়াৰ প্ৰথমখন টেলিভিজন বুলেটিন সম্প্ৰচাৰ কৰিছিল ৷
  • ‘ইম্বেড’ন চিংগলচ’ উপাধি লাভ কৰা প্ৰথমগৰাকী কৃষ্ণবৰ্গীয় লোক আছিল- আৰ্থোৰ এছ ৷ 1975 চনৰ 5 জুলাই তাৰিখেই তেওঁ লাভ কৰিছিল এই সন্মান ৷ ড্য শ্বেম্পিয়নশ্বিপ অৱ ইম্বেড’ন হৈছে বিশ্বৰ সবাতোকৈ পুৰণি টেনিচ টুৰ্ণামেন্ট ৷
  • ছ’ভিয়েট ইউনিয়নৰ পৰা স্বাধীন হোৱাৰ চাৰিবছৰৰ পাচত 1995 চনৰ আজিৰ জিনটোতে ৰিপাব্লিক অৱ আৰ্মেনিয়াই নিজৰ সংবিধান গ্ৰহণ কৰিছিল ৷
  • নিউক্লিয়াৰ ট্ৰেনস্ফাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ডলী নামৰ এটা ভেৰাৰ জৰিয়তে প্ৰজনন কৰোৱা হৈছিল ৷ 1996 চনৰ আজিৰ দিনটোতে সফল হৈছিল এই বৈজ্ঞানিক প্ৰক্ৰিয়া ৷ আৰু ডলী প্ৰথমটো স্তন্যপায়ী প্ৰানী হৈ পৰিছিল যি একক ভাৱেই প্ৰজনন কৰিবলৈ সক্ষম হৈছিল ৷
  • 2004 চনৰ 5 জুলাইত প্ৰথমবাৰৰ বাবে ইণ্ডোনেচিয়াত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন ৷
Last Updated : Jul 5, 2019, 6:20 AM IST

ABOUT THE AUTHOR

...view details