অসম

assam

ETV Bharat / bharat

২৮ বছৰত ভৰি দিলে অভিনেত্ৰী দিশা পাটানীয়ে

আজি বলিউডৰ মোহময়ী অভিনেত্ৰী দিশা পাটানীৰ জন্মদিন । ২৮ বছৰত ভৰি থলে অভিনেত্ৰী গৰাকীয়ে । আনহাতে, দিশা পাটানীয়ে অভিনয় জগতত আত্মপ্ৰকাশ কৰা বায়'পিক "এম এছ ধোনী"য়েও শনিবাৰে সম্পূৰ্ণ কৰিলে ১ বছৰ ।

By

Published : Jun 13, 2020, 10:22 AM IST

দিশা পাটানী
২৮ বছৰত ভৰি থলে অভিনেত্ৰী দিশা পাটানীয়ে

নিউজ ডেস্ক, ১৩ জুনঃ ২৮ বছৰত ভৰি থলে বলিউডৰ মোহময়ী অভিনেত্ৰী দিশা পাটানীয়ে । ১৯৯২ চনৰ ১৩ জুনত জন্মলাভ কৰা অভিনেত্ৰী গৰাকীয়ে নিৰজ পাণ্ডেৰ পৰিচালনাত নিৰ্মাণ কৰা বায়'পিক এম এছ ধোনীৰ জৰিয়তে বলিউডত খোজ পেলাইছিল । ইতিমধ্যে বলিউডত কেইবাখনো উন্নতমানৰ ছবিৰ জৰিয়তে প্ৰতিষ্ঠা হোৱা অভিনেত্ৰী গৰাকীৰ জন্মদিনত অলেখ শুভাকাংশী তথা অনুৰাগীয়ে শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰে ।

২৮ বছৰত ভৰি থলে অভিনেত্ৰী দিশা পাটানীয়ে

আনহাতে, দিশা পাটানীয়ে বলিউডত প্ৰথম খোজ পেলোৱা ছবি তথা ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱন ভিত্তিত প্ৰস্তুত কৰা 'এম এছ ধোনীয়ে' ছবিখনেও শনিবাৰে সম্পূৰ্ণ কৰিলে ১ বছৰ ।

ABOUT THE AUTHOR

...view details