অসম

assam

By

Published : Dec 12, 2019, 7:22 PM IST

Updated : Dec 13, 2019, 7:49 AM IST

ETV Bharat / bharat

হাতীগাঁৱতো আৰক্ষীৰ গুলীত নিহত দুজন

GUWAHATI 3rd DEATH
হাতীগাঁৱতো আৰক্ষীৰ গুলীত নিহত দুজন

19:11 December 12

এইপৰ্যন্ত আৰক্ষীৰ গুলীত নিহত তিনিজন

  • মহানগৰীৰ হাতীগাঁও শংকৰ পথত আৰক্ষীৰ গুলীত নিহত এজন লোকহাতীগাঁও হাইস্কুলৰ সমীপতো আৰক্ষীৰ গুলীত নিহত এজন
  • ঘটনাত আহত আন দুজন যুৱক
  • ইয়াৰ পূৰ্বে লাচিত নগৰত হোৱা গুলীচালনাত নিহত হৈছিল এজন যুৱক
  • ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে গুৱাহাটীৰ পৰিস্থিতি
  • এই পৰ্যন্ত দুজনে মৃত্যুক আঁকোৱালি ল'লে কেব বিৰোধী আন্দোলনত
Last Updated : Dec 13, 2019, 7:49 AM IST

ABOUT THE AUTHOR

...view details