অসম

assam

By

Published : Jun 11, 2020, 4:33 PM IST

ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত ৩০ লাখ টকাৰ গুটখা জব্দ

অন্ধ্ৰপ্ৰদেশৰ গুলবাৰগা পৰা এখন ট্ৰাকেৰে নেল্ল'ৰ অভিমুখে লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গুটখাখিনি। লগতে,ঘটনাত জড়িত থকাৰ অভিযোগত এজনক আটক কৰে আৰক্ষীয়ে।

Gutkha
Gutkha worth Rs 30 lakhs seized in Andhra's Guntur district

নিউজ ডেস্ক, ১১ জুনঃঅন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ গুটখা। পিডুগুৰাল্লা আৰক্ষীৰ অভিযানত জব্দ হয় গুটখাখিনি। জব্দকৃত গুটখাখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা। ৰাজ্যখনৰ গুলবাৰগা পৰা বুধবাৰে নিশা এখন ট্ৰাকেৰে নেল্ল'ৰ অভিমুখে লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গুটখাখিনি।

অন্ধ্ৰপ্ৰদেশত ৩০ লাখ টকাৰ গুটখা জব্দ

এই ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এজনক আটক কৰে। লগতে,ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ অনুচ্ছেদ অনুসৰি এটা গোচৰ ৰুজু কৰা হয়। এটা নিউজ এজেঞ্চিক ফোনযোগে এই কথা উল্লেখ কৰে পিডুগুৰাল্লা আৰক্ষীৰ এজন বিষয়াই।

লগতে পঢ়কঃ বৰ্তমানো কৰ'ণা ভাইৰাছৰ প্ৰকোপ নিৰ্মূল হোৱা নাই: বিশ্ব স্বাস্থ্য সংস্থা

ABOUT THE AUTHOR

...view details