অসম

assam

বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য...

বিশ্বৰ ভিন্ন প্ৰান্তৰ 8,59,032 লোকলৈ কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ বিপৰীতে এই মহামাৰীৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা 42,322 জনলৈ বৃদ্ধি পাইছে ৷

By

Published : Apr 1, 2020, 7:57 PM IST

Published : Apr 1, 2020, 7:57 PM IST

Updated : Apr 1, 2020, 8:24 PM IST

Global COVID-19 tracker
Global COVID-19 tracker

নিউজ ডেস্ক, 1 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ মহামাৰী বিশ্বৰ ভিন্ন প্ৰান্তৰ 8,59,032 লোকলৈ সংক্ৰমিত হোৱাৰ বিপৰীতে এই মহামাৰীৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমান 42,322 জনলৈ বৃদ্ধি পাইছে ৷

বিশ্বজুৰি কৰ'ণা ভাৰাছৰ শেহতীয়া তথ্য...

আনহাতে 1,78,101তকৈ অধিক অতিমধ্যে সুস্থ হৈ উঠিছে ৷ এই মহামাৰীয়ে বহু লোকৰ ক্ষেত্ৰত আংশিক প্ৰভাৱ পেলাই যদিও, স্বাস্থ্যজনিত কোনো সমস্যা থকা বয়স্ক লোকৰ ক্ষেত্ৰত এই মহামাৰীয়ে গম্ভীৰ প্ৰভাৱ পেলাব পাৰে ৷

বিশ্বজুৰি কৰ'ণা ভাৰাছৰ শেহতীয়া তথ্য...

লগতে পঢ়কঃকৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য...

Last Updated : Apr 1, 2020, 8:24 PM IST

ABOUT THE AUTHOR

...view details