অসম

assam

ETV Bharat / bharat

কৰ্ণাটকত বানত 26 জন লোকৰ মৃত্যু

এইবাৰ প্ৰলয়ংকাৰী বানে তাণ্ডৱ সৃষ্টি কৰিছে কৰ্ণাটকত ৷ বৰ্তমানলৈকে বানত মৃত্যু ঘটিছে 26 জনকৈ লোকৰ ৷

কৰ্ণাটকত বানপানীত 26 জন লোকৰ মৃত্যু

By

Published : Aug 10, 2019, 3:04 PM IST

নিউজ ডেস্ক, 10 আগষ্টঃ কৰ্ণাটকত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে কাবেৰী নদী আৰু উপনদী সমূহ ওফন্দি উঠিছে ৷ ইতিমধ্যে 1024 খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে ৷ NDRFৰ 20, সেনাৰ 10, নৌসেনাৰ 5 আৰু SDRFৰ 2 টা দল যিকোনে পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সস্তম কৰি ৰখা হৈছে ৷

কৰ্ণাটকত বানপানীত 26 জন লোকৰ মৃত্যু

কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে বানাক্ৰান্ত বেলগাম ভ্ৰমণ কৰিবলৈ গৈছে ৷ শেহতীয়া বাতৰি মতে 26 জন লোকে এই বানত প্ৰাণ হেৰুৱাব লগা হৈছে ৷ ইপিনে ৰাজ্যখনৰ বিভিন্ন স্থানত ভূমিস্খলন হোৱাৰ ফলত ৰে’লসেৱা বাতিল কৰা হৈছে ৷ ইয়াৰ উপৰিও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যাতায়ত ব্যৱস্থা ৷

কৰ্ণাটকত বানপানীত 26 জন লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details