অসম

assam

ETV Bharat / bharat

বেংগালুৰুৰ বিমান বন্দৰত অগ্নিকাণ্ড

অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও অগ্নিকাণ্ডটোৰ ফলত বিমানবন্দৰত থকা বিমান যাত্ৰীসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷

By

Published : May 29, 2019, 11:01 AM IST

বেংগালোৰুৰ বিমান বন্দৰত অগ্নিকাণ্ড

নিউজ ডেস্ক , 29 মে':বুধবাৰে পুৱা বেংগালুৰু বিমানবন্দৰৰ ভিতৰৰ এখন বিপণীত অগ্নিকাণ্ড সংঘটিত হয় ৷ অৱশ্যে ঘটনাস্থলীত অগ্মিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ৷

বেংগালোৰুৰ বিমান বন্দৰত অগ্নিকাণ্ড
অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও অগ্নিকাণ্ডটোৰ ফলত বিমানবন্দৰত থকা বিমান যাত্ৰীসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷

ABOUT THE AUTHOR

...view details