যন্ত্ৰচালিত নাৱৰে অহা 10 জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে ভাৰতীয় সময় অনুসৰি বিয়লি 8 বজাত মুম্বাইত প্ৰৱেশ কৰি দুটা দলত বিভক্ত হৈ চলাইছিল হত্যালীলা ৷ পাচঁজন সন্ত্ৰাসসবাদীয়ে প্ৰথম হত্যাযজ্ঞ চলাইছিল তাজ মহল পেলেচ হোটেল,চত্ৰপতি শিৱাজী টাৰ্মিনাচ ৰেলৱে ষ্টেচন আৰু লিঅ’পলড কেফেত ৷ দ্বিতীয় হত্যাযজ্ঞ চলিছিল নাৰিমন হাউচত, য’ত 7 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ সমগ্ৰ আক্ৰমণটোত মুঠ 164 জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু আহত হৈছিল 600 ত কৈও অধিক সংখ্যক লোক ৷
26/11 আক্ৰমণ: ভাৰতীয় ইতিহাসত এক ক’লা অধ্যায়
11 বছৰ পূৰ্বে 10 জন সন্ত্ৰাসবাদীয়ে পাকিস্তানত প্ৰশিক্ষণ লৈ এখন নাৱঁৰে ভাৰতৰ ব্যৱসায়ীক ৰাজধানী মুম্বাইত প্ৰৱেশ কৰিছিল ৷
26/11 আক্ৰমণ: ভাৰতীয় ইতিহাসত এক ক’লা আধ্যায়
Last Updated : Nov 26, 2019, 7:51 PM IST