অসম

assam

ETV Bharat / bharat

দুটাকৈ ভূমিকম্পই জোকাৰিলে নেপাল আৰু উত্তৰ প্ৰদেশ

নেপাল আৰু উত্তৰ প্ৰদেশ জোকাৰি যায় দুটাকৈ ভূমিকম্পই

By

Published : Apr 24, 2019, 10:45 AM IST

দুটাকৈ ভূমিকম্পই জোকাৰিলে নেপাল আৰু উত্তৰ প্ৰদেশ

নিউজ ডেস্ক,২৪ এপ্ৰিলঃ বুধবাৰে দুটাকৈ মৃদু ভূমিকম্পই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাখ। ৰিখটাৰ স্কেলৰ ৫'২ প্ৰাবল্যত প্ৰথমে পুৱা ৬ বাজি ২৯ মিনিটত আহে এটা ভূমিকম্প। এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ ধাদিংগ জিলাত বুলি কোৱা যায়। তাৰ পাছতেই ৬ বাজি ৪০ মিনিটত পুনৰ ৪'৮ প্ৰাবল্যই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাক। বৰ্তমানলৈ এই ভূমিকম্পৰ ফলত কোনো জিলাতে একো ক্ষতি হোৱাৰ খবৰ অহা নাই ।

ABOUT THE AUTHOR

...view details