নিউজ ডেস্ক,30 অক্টোবৰ : ৰাজহ চোৰাংচোৱা নিৰ্দেশালয়ে 24 অক্টোবৰত শ্বাৰজাহৰ পৰা কইম্বটৰলৈ যোৱা 6 জন যাত্ৰীৰ পৰা 3.6 কোটি টকাৰ 6.88 কিলোগ্ৰাম অবৈধ সোণ জব্দ কৰিবলৈ সক্ষম হয় ৷
কইম্বটৰত 6 যাত্ৰীৰ পৰা জব্দ বৃহৎ পৰিমাণৰ সোণ - সোণ জব্দ
শ্বাৰজাহৰ পৰা কইম্বটৰলৈ যোৱা অৱস্থাত 6 জন সন্দেহযুক্ত যাত্ৰীক 24 অক্টোবৰত আটক কৰি 3.6 কোটি টকাৰ 6.88 কিলোগ্ৰাম অবৈধ সোণ জব্দ কৰে ৰাজহ চোৰাংচোৱা নিৰ্দেশালয়ে ৷
কইম্বটৰত 6 যাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ ৰাজহ চোৰাংচোৱা নিৰ্দেশালয়ৰ
DRIৰ এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখিত তথ্য অনুসৰি, ‘‘24 অক্টোবৰত শ্বাৰজাহৰ পৰা কইম্বটৰলৈ যোৱা অৱস্থাত 6 জন সন্দেহযুক্ত যাত্ৰীক কইম্বটৰত বিমানবন্দৰত আটক কৰা হয় আৰু তেওঁলোকৰ পৰা 3.6 কোটি টকাৰ 6.88 কিলোগ্ৰাম অবৈধ সোণ জব্দ কৰা হয়’’ ৷
লগতে পঢ়ক :কাজিগুন্দত বিজেপি নেতাক গুলীয়াই হত্যা