অসম

assam

ETV Bharat / bharat

মুম্বাইত অট্টালিকা খহি পৰা ঘটনাত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি

NDRFএ ওৰে নিশা উদ্ধাৰ অভিযান চলাইছে যদিও এই পৰ্যন্ত কিমান লোক ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ আছে তাৰ অনুমান কৰিব পৰা হোৱা নাই ৷

By

Published : Jul 17, 2019, 11:54 AM IST

মুম্বাই অট্টালিকা খহি পৰা ঘটনাত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি

নিউজ ডেস্ক,17 জুলাই: দক্ষিণ মুম্বাইৰ দোংগ্ৰিত বুধবাৰে অট্টালিকা খহি পৰা ঘটনাত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি পাইছে ৷ NDRFএ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত ছয় গৰাকী পুৰুষ,চাৰি গৰাকী মহিলা আৰু তিনিটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

মুম্বাই অট্টালিকা খহি পৰা ঘটনাত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি

NDRFএ ওৰে নিশা উদ্ধাৰ অভিযান চলাইছে যদিও এই পৰ্যন্ত কিমান লোক ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ আছে তাৰ অনুমান কৰিব পৰা হোৱা নাই ৷

উল্লেখ্য যে অট্টালিকতোৰ তলৰ মহলাত এখন খাদ্য সামগ্ৰীৰ দোকান আছিল আৰু তাত কেইগৰাকী লোক আছিল সেয়া জানিব পৰা হোৱা নাই ৷ ইফালে এই ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে 5 লাখকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছে ৷

ABOUT THE AUTHOR

...view details