অসম

assam

By

Published : Aug 14, 2020, 12:11 PM IST

ETV Bharat / bharat

ক'ভিড-19 : দেশৰ শেহতীয়া তথ্য

অসমতো বুধবাৰৰ দিনটোত নতুনকৈ 4,500 গৰাকী লোক কৰ‘ণাত আক্ৰান্ত হৈছে ৷ যিটো নেকি ৰাজ্যত এদিনত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা ৷ ৰাজ্যত আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা প্ৰায় 68.4 শতাংশ ৷

COVID LIVE: 64,553 cases reported in 24 hrs push India's tally to over 2.4 million
ক'ভিড-19 : দেশৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 14 আগষ্ট : ভাৰতত শুকুৰবাৰে নতুনকৈ 64,553 গৰাকী লোকৰ শৰীৰত নতুনকৈ কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে দেশত মুঠ কভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা 2.4 মিলিয়ন অতিক্ৰম কৰে ৷ তদুপৰি শুকুৰবাৰে 1,007 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ লগতে মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা 48 হাজাৰ অতিক্ৰম কৰিছে ৷

ক'ভিড-19 : দেশৰ শেহতীয়া তথ্য

তদুপৰি দেশত এই পৰ্যন্ত 1.7 মিলিয়ন কৰ‘ণাত আক্ৰান্ত লোকে আৰোগ্য লাভ কৰিছে ৷ দেশত কৰ‘ণাত আক্ৰান্তৰ ভিতৰত আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় 71 শতাংশ ৷

বুধবাৰৰ দিনটোত দেশত মুঠ 800.000 লোকৰ কৰ‘ণা পৰীক্ষা কৰা হৈছে ৷

অসমতো বুধবাৰৰ দিনটোত নতুনকৈ 4,500 গৰাকী লোক কৰ‘ণাত আক্ৰান্ত হৈছে ৷ যিটো নেকি ৰাজ্যত এদিনত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা ৷ ৰাজ্যত আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা প্ৰায় 68.4 শতাংশ ৷

লগতে পঢ়ক: ড্ৰাগছৰ বাবেই হত্যা আত্মীয়ক

ABOUT THE AUTHOR

...view details