অসম

assam

By

Published : Jul 1, 2019, 1:13 PM IST

Updated : Jul 1, 2019, 2:17 PM IST

ETV Bharat / bharat

চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1, আহত 6 শিশু

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি এখন পৰিবহন নিগমৰ বাছ পথৰ কাষৰ খাৱৈত বাগৰি পৰে ৷

চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1 আহত 6 শিশু

নিউজ ডেস্ক, 1 জুলাইঃচিমলাৰ ঝাঞ্জীৰিত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি এখন পৰিবহন নিগমৰ বাছ পথৰ কাষৰ খাৱৈত বাগৰি পৰে ৷ ফলত থিতাতে নিহত হয় বাছ চালকৰ লগতে আহত হয় 6 শিশু ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে আহত সকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1 আহত 6 শিশু
Last Updated : Jul 1, 2019, 2:17 PM IST

ABOUT THE AUTHOR

...view details