অসম

assam

ETV Bharat / bharat

31 জানুৱাৰীত হ’ব সংসদৰ বাজেট অধিৱেশন

সংসদৰ কেন্দ্ৰীয় বাজেট অহা 31 জানুৱাৰীত আহ্বান কৰাৰ বিবেচনা চলি আছে আৰু 1 ফেব্ৰুৱাৰীত উপস্থাপন কৰাৰ সম্ভাৱনাৰ ৷

Budget session of Parliament may start from Jan 31
31 জানুৱাৰীত হ’ব সংসদৰ বাজেট অধিৱেশন

By

Published : Jan 3, 2020, 11:47 PM IST

নেশ্যনেল ডেস্ক, 3 জানুৱাৰীঃসংসদৰ কেন্দ্ৰীয় বাজেট অহা 31 জানুৱাৰীত আহ্বান কৰাৰ বিবেচনা চলি থকাৰ লগতে 1 ফেব্ৰুৱাৰীত উপস্থাপন কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে এক সূত্ৰই ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰীমণ্ডলীয় বৈঠকত এই বিষয়ে সবিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ৷ আনহাতে এইবাৰৰ বাজেট অধিৱেশন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণৰে আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে ৷ এই অধিৱেশন এপ্ৰিল লৈ চলাৰ সম্ভৱনাৰ কথাও ব্যক্ত কৰে ৷

সাধাৰণতে বাজেট অধিৱেশনত প্ৰায় এমাহৰ বিৰতি থাকে আৰু সেই সময়চোৱাত বিভিন্ন বিভাগৰ স্থায়ী সমিতিৰ অনুদান সম্পৰ্কে আলোচনা কৰা হয় ৷

আৰু পঢ়কঃ6 কোটি কৃষকক 12,000 কোটি বিতৰণ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details