নিউজ ডেস্ক, 7মাৰ্চঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফৰ ইঞ্চপেক্টৰ পিন্টু সিঙৰ বাসগৃহত বুধবাৰে উপস্থিত হয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।
স্বহীদ জোৱানৰ গৃহত বিহাৰৰ মুখ্যমন্ত্ৰী - জম্মু-কাশ্মিৰ
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 25 লাখ টকা পৰিয়ালটোক দিয়াৰ কথা ঘোষণা কৰে আৰু বিহাৰ চৰকাৰৰ ফালৰ পৰাও 11 লাখ টকা দিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
চহীদ ইঞ্চপেক্টৰ পিন্টু সিঙৰ বাসগৃহত বিহাৰৰ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পিন্টু সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 25 লাখ টকা পৰিয়ালটোক দিয়াৰ কথা ঘোষণা কৰে আৰু বিহাৰ চৰকাৰৰ ফালৰ পৰাও 11 লাখ টকা দিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।