অসম

assam

By

Published : Jul 21, 2019, 1:59 PM IST

ETV Bharat / bharat

‘মিচন মংগল’ৰ ট্ৰেইলাৰ মুকলি

ভাৰতৰ মঙল অভিযানৰ ওপৰত আধাৰিত ছবি ‘মিচন মঙল’ৰ ট্ৰেইলাৰ মুকলি ৷

‘মিচন মঙ্গল’ৰ ট্ৰেইলাৰ মুকলি

নিউজ ডেস্ক, 21 জুলাইঃ 18 জুলাইত মুকলি হয় ভাৰতৰ মঙল অভিযানৰ ওপৰত আধাৰিত ছবি ‘মিচন মংগল’ৰ ট্ৰেইলাৰ ৷

ছবিখনত বিদ্যা বালান, অক্ষয় কুমাৰ, তাপসী পন্নু, সোণাক্ষী সিনহা, শ্বাৰমান যোশীকে আদি কৰি কেইবাগৰাকীও নবীন-প্ৰবীণ অভিনেতাই ৷

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ(ISRO)ৰ বিজ্ঞানীসকলৰ ভাৰতৰ মঙল অভিযানত থকা অৱদানৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন ৷ ছবিখন 15 আগষ্টত মুকলি হ’ব ৷

ABOUT THE AUTHOR

...view details