- দুদিনীয়া কাৰ্যসূচীৰে থাইলেণ্ডত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
- এছিয়ান দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বৈঠক এছ জয়শংকৰৰ
- থাইলেণ্ডৰ ডন প্ৰমোদৱিনাই আৰু নিউজিলেণ্ডৰ উনছটন পীটৰ্ছৰ সৈতে আলোচনা
- BIMSTEC সহযোগিতা আৰু ইণ্ডো পেছিফিক অংশীদাৰৰ ওপৰত চৰ্চা
- 9 th East Asia Summit Foreign Ministersৰ সৈতে বৈঠকত মিলিত
- ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীৰ সৈতে দশম MGC মন্ত্ৰীস্তৰীয় বৈঠক
- মেংকঙ গংগা সহযোগিতাৰ অন্তৰ্গত ব্যৱহাৰিক সহযোগিতাৰ ওপৰত এই বৈঠক
এছিয়ান দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ
এছিয়ান দেশৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বৈঠক ৷ থাইলেণ্ডত অনুষ্ঠিত হোৱা এই বৈঠকত অংশ গ্ৰহণ কৰিছে এছিয়ান দেশ সমূহৰ বিদেশ মন্ত্ৰীয়ে ৷ ইয়াৰ লগতে ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীকে ধৰি কেইবাগৰাকী উচ্চ বিষয়াৰ লগতে দশম এমজিচি মন্ত্ৰীৰ এক বৈঠকতো অংশগ্ৰহণ কৰিব এছ জয়শংকৰে ৷
এছিয়ান দেশৰ বৈদেশিক মন্ত্ৰী সৈতে বৈঠক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ