নিউজ ডেস্ক, 9 জুনঃ আৰম্ভ হ'ল তেলাংগানাৰ বাৰ্ষিক "মছলি প্ৰসাদম" অনুষ্ঠান ৷ বছৰ বছৰ ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা এই দিনটোৰ বাবে 1 লক্ষাধিকতকৈ অধিক লোক হায়দৰাবাদত আহি উপস্থিত হয় ৷
আৰম্ভ হ'ল তেলাংগানা বিশেষ 'ফিছ প্ৰসাদম' - তেলেঙ্গনা
লোক বিশ্বাস অনুসৰি এজমা ৰোগত আক্ৰান্ত ৰোগীসকলৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলে এই দৰববিধ সেৱন কৰিলে অতি শীঘ্ৰে উক্ত ৰোগৰ পৰা পৰিত্ৰাণ পাব বুলি লোকবিশ্বাস ৷ ভিডিঅ'ত দেখা পোৱাৰ দৰে এই দৰববিধত মাছ অতি প্ৰয়োজনীয়৷
আৰম্ভ হ'ল তেলেঙ্গনা বিশেষ " ফিছ প্ৰসাদম"
লোক বিশ্বাস অনুসৰি এজমা ৰোগত আক্ৰান্ত ৰোগীসকলৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলে এই দৰববিধ সেৱন কৰিলে অতি শীঘ্ৰে উক্ত ৰোগৰ পৰা পৰিত্ৰাণ পাব বুলি লোকবিশ্বাস ৷ ভিডিঅ'ত দেখা পোৱাৰ দৰে এই দৰববিধত মাছ অতি প্ৰয়োজনীয়৷
উল্লেখ্য যে এই অনুষ্ঠানৰ মুখ্য আয়োজকে দিয়া তথ্য অনুসৰি বিগত 174 বছৰৰ পৰা তেওঁলোকৰ পৰিয়ালটো এই কাৰ্যৰ লগত জড়িত হৈ আছে৷