অসম

assam

ETV Bharat / bharat

মহিলা কৰ্মচাৰী নিৰ্যাতন কৰি গ্ৰেপ্তাৰ এজন

অন্ধপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ ক্ৰমে আৰক্ষী অধীক্ষকে সোমবাৰে অন্ধপ্ৰদেশ পৰ্যটন বিভাগৰ হোটেলৰ মেনেজাৰক মহিলাক মাৰধৰ কৰাৰ লগতে নিৰ্যাত চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷

By

Published : Jun 30, 2020, 7:36 PM IST

Andhra Pradesh Police arrests man for brutally thrashing woman colleague
অন্ধপ্ৰদেশ আৰক্ষীৰ মহিলাক নিৰ্যাতন কৰাৰ অভিযোগত এজন ব্যক্তিক আটক

নিউজ ডেস্ক,30জুনঃ অন্ধপ্ৰদেশ পৰ্যটন বিভাগৰ হোটেল মেনেজাৰ ভাস্কৰ ভূষণে মাস্ক পৰিধান কৰি এগৰাকী কৰ্মচাৰীক অশালীন ব্যবহাৰ কৰাৰ লগতে মাৰধৰ কৰাৰ সমগ্ৰ দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈ ৰয় ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে সোমাবাৰে অন্ধপ্ৰদেশ আৰক্ষীয়ে ভাস্কৰক আটক কৰে ৷

অন্ধপ্ৰদেশ আৰক্ষীৰ মহিলাক নিৰ্যাতন কৰাৰ অভিযোগত এজন ব্যক্তিক আটক

অন্ধপ্ৰদেশ আৰক্ষীৰ সঞ্চালক প্ৰধানে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে যে, দিশা আৰক্ষী থানাই এসপ্তাহৰ ভিতৰত ঘটনাৰ তদন্ত কৰি চাৰ্জছীট দাখিল কৰিব লাগিব ৷ উল্লেখযোগ্য যে, মহিলা গৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাস্কৰক আটক কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ ষ্টাৰ্টআপছত চীনৰ বিনিয়োগঃ ফাউল প্লেৰ বিৰুদ্ধে নিশ্চিতি দিবলৈ আহ্বান

ABOUT THE AUTHOR

...view details