অসম

assam

ETV Bharat / bharat

মিত্ৰজোঁটৰ চৰকাৰে সমস্যাবোৰ আভ্যন্তৰীনভাৱে সমাধান কৰকঃ মোহন ঝা - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ

অসমৰ লগতে বিহাৰত উত্থাপন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টো সন্দৰ্ভত বিহাৰৰ মিত্ৰজোঁটৰ চৰকাৰক সেয়া আভ্যন্তৰীণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ আহ্বান জনাইছে বিহাৰৰ কংগ্ৰেছ প্ৰধান মদন মোহন ঝাই ৷

মিত্ৰজোঁটৰ চৰকাৰে সমস্যাবোৰ আভ্যন্তৰীনভাৱে সমাধান কৰকঃ মোহন ঝা

By

Published : Sep 5, 2019, 10:10 PM IST

নিউজ ডেস্ক, 5 ছেপ্তেম্বৰঃ বিজেপি আৰু জনতা দল (ইউ)ৰ বিৰোধী পক্ষই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ বাবে জনোৱা আহ্বানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহাৰ কংগ্ৰেছৰ প্ৰধান মদন মোহন ঝাই ৷ অসমৰ দৰে বিহাৰটো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰিব লাগে বুলি উত্থাপন হোৱা বিষয়টো চৰকাৰৰ আভ্যন্তৰীন বিষয় আৰু ইয়াক চৰকাৰে আভ্যন্তৰীণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগে যাতে ৰাইজৰ মাজত কোনো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয় ৷

মিত্ৰজোঁটৰ চৰকাৰে সমস্যাবোৰ আভ্যন্তৰীনভাৱে সমাধান কৰকঃ মোহন ঝা

উল্লেখ্য যে, অসমৰ দৰে বিহাৰটো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাম কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল বিজেপিয়ে ৷ কিন্তু বিহাৰ চৰকাৰে ৰাজ্যখনত কোনো অবৈধ বিদেশীৰ সমস্যা নাই বুলি কৈছিল আৰু সমগ্ৰ বিষয়টো এৰাই চলিছিল ৷

ABOUT THE AUTHOR

...view details