অসম

assam

ETV Bharat / bharat

বায়ু প্ৰদূষণঃ ভয়াৱহতা বৃদ্ধি পাইছে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ

শেষতীয়াকৈ বায়ু প্ৰদূষণৰ বাবেই Chronic Obstructive Pulmonary (COPD) বেমাৰবিধে ভয়াৱাহ ৰূপ ধাৰণ কৰিছে ৷ চিঅপিডী ৰোগ বিধ শ্বাসতন্ত্ৰৰ সৈতে জড়িত ৷ এই ৰোগে দেহত দেখা দিলে শ্বাস-প্ৰশ্বাসত অসুবিধা সৃষ্টি হয় ৷

By

Published : Jul 10, 2019, 10:36 AM IST

চিঅপিডী ৰোগৰ ভয়াৱহতা

নিউজ ডেস্ক, 10 জুলাইঃ আধুনিক পৃথিৱীত দিনক দিনে বাঢ়িছে বায়ু প্ৰদূষণ ৷ আৰু এই বায়ু প্ৰদূষণৰ বাবেই মানৱ দেহত স্বাসতন্ত্ৰৰ সমস্যাকে ধৰি বিভিন্ন ৰোগ দেখা পৰিলক্ষিত হৈছে ৷ শেষতীয়াকৈ বায়ু প্ৰদূষণৰ বাবেই Chronic Obstructive Pulmonary (COPD) বেমাৰবিধ ভয়াবহতা ৰূপ ধাৰণ কৰিছে ৷ চিঅপিডী ৰোগ বিধ শ্বাসতন্ত্ৰৰ সৈতে জড়িত ৷ এই ৰোগে দেহত দেখা দিলে শ্বাস-প্ৰশ্বাসত অসুবিধা হয় ৷ আনহাতে, ইউৰোপৰ ৰেছপিৰেটৰি নামৰ বাতৰি কাকত প্ৰকাশ পোৱা অনুসৰি, প্ৰদূষিত বায়ু সেৱন কৰিলে বয়সৰ চাপ পৰে৷ লগতে প্ৰদূষিত বায়ু উশাসত গ্ৰহণ কৰিলে শ্বাসতন্ত্ৰত বিশ অনুভব কৰে বুলিও কাকতখনত উল্লেখ কৰে ৷

চিঅপিডী ৰোগৰ ভয়াৱহতা

ABOUT THE AUTHOR

...view details