নিউজ ডেস্ক, ১৯ জুন :ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেলে আৰ কে এছ ভদোৰীয়াই বুধবাৰে আৰু বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে লাডাখ ভ্ৰমণ কৰে। লাডাখত উপস্থিত হৈ বিষয়াগৰাকীয়ে বায়ুসেনাৰ তৎপৰতা সমূহৰ পৰ্যবেক্ষণ কৰে।
বায়ুসেনাৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ আৰ কে এছ ভদোৰীয়াৰ - জম্বু-কাশ্মীৰ
ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেলে আৰ কে এছ ভদোৰীয়াই বুধবাৰে আৰু বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে লাডাখ ভ্ৰমণ কৰে। লাডাখত উপস্থিত হৈ বিষয়াগৰাকীয়ে বায়ুসেনাৰ তৎপৰতা সমূহৰ পৰ্যবেক্ষণ কৰে।
Air Force Chief Visits Ladakh, Fighter Jets, Choppers Seen Over Leh
উল্লেখ্য যে, লাডাখৰ গালৱান উপত্যকাত সোমবাৰে নিশা ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ২০ জনকৈ ভাৰতীয় সেনা শ্বহীদ হ'বলগীয়া হৈছিল। যাৰ পাছ মূহুৰ্তৰ পৰাই সীমান্তত সষ্টম হৈ উঠিছে বায়ুসেনাৰ লগতে স্থল সেনাবাহিনী ।