নিউজ ডেক্স, 15 জানুৱাৰীঃ দিল্লীৰ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ লগত জড়িত 4 গৰাকীকৈ দোষীক ফাঁচী পূৰ্বে শুনোৱা হ'ব গৰুড় পুৰাণ ৷ যাৰ বাবে জেল সংস্কাৰক ডাঃ প্ৰদীপ ৰঘুনন্দনে পুৰাণ সন্দৰ্ভত চলাইছে প্ৰস্তুতি ৷ ইতিমধ্যে পুৰাণ শুনাবলৈ অনুমতি বিচাৰি তিহাৰ জেল প্ৰশাসনক পত্ৰ প্ৰেৰণ কৰে প্ৰদীপ ৰঘুনন্দনে ৷
নিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাৰীক ফাঁচীৰ পূৰ্বে শুনোৱা হ'ব গৰুড় পুৰাণ - গৰুড় পুৰাণ
গৰুড় পুৰাণত মৃত্যুৰ প্ৰতি থকা মানসিক ভয়ৰ পৰা মুক্তি পাবলৈ আৰু আত্মাৰ সদগতিৰ বাবেই ডাঃ প্ৰদীপ ৰঘুনন্দনে তিহাৰ কাৰাগাৰৰ মহানিৰ্দেশকৰ পৰা অনুমতিৰ বাবে আবেদন জনায় ৷
নিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাৰীক ফাঁচী পূৰ্বে শুনোৱা হ'ব গৰুড় পুৰাণ
উল্লেখ্য যে, গৰুড় পুৰাণত মৃত্যুৰ প্ৰতি থকা মানসিক ভয়ৰ পৰা মুক্তি পাবলৈ আৰু আত্মাৰ সদগতিৰ বাবেই ডাঃ প্ৰদীপ ৰঘুনন্দনে তিহাৰ কাৰাগাৰৰ মহানিৰ্দেশকৰ পৰা অনুমতিৰ বাবে আবেদন জনায় ৷ পুৰাণ সন্দৰ্ভত ইতিমধ্যে তিহাৰ জেলৰ মহাপৰিদৰ্শকে আশ্বাস প্ৰদান কৰিছে যদিও লিখিত আদেশ গ্ৰহণ কৰাৰ পিচতহে পুৰাণ শুনোৱাৰ উদ্দেশ্যৰে তিহাৰ জেলত উপস্থিত হ'ব ডাঃ প্ৰদীপ ৰঘুনন্দন ৷
আৰু পঢ়কঃ ব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটাবাসীৰ হেঁপাহৰ উৰুকা
Last Updated : Jan 15, 2020, 11:41 PM IST