নিউজ ডেস্ক, ৩ জুনঃ আম আদমী দলৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক বিমানেৰে নিজ ৰাজ্যলৈ পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এজন সাংসদ হিচাপে প্ৰতিবছৰে বিনামুলীয়াকৈ লাভ কৰা ৩৪ টা বিমান টিকত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে প্ৰদান কৰে। বুধবাৰে দুপৰীয়া সঞ্জয় সিঙে দিল্লীৰ পৰা ৩৩ গৰাকী শ্ৰমিকক বিমানবন্দৰলৈ লৈ যাব । তাৰ পিছত তেওঁলোকৰ সৈতে একেলগে পাটনালৈ উৰা মাৰিব সাংসদগৰাকী।
প্ৰব্ৰজনকাৰী শ্ৰমিকক বিমানেৰে নিজ স্থানলৈ পঠিয়াব আপ নেতা সঞ্জয় সিঙে - migrant workers
বিমানেৰে দিল্লীৰ পৰা ৩৩ জন শ্ৰমিকক নিজ গৃহলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিছে আম আদমী দলৰ নেতা সঞ্জয় সিঙে। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ঘৰলৈ পঠিওৱাৰ এই যাত্ৰাত নিজেও উপস্থিত থাকিব ৰাজ্যসভাৰ সাংসদগৰাকী।
aap mp sanjay singh will send 33 laborers to bihar from delhi
লগতে চাওকঃ গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস