দিল্লী, ৩০ এপ্ৰিলঃ কংগ্ৰেছ নেতা শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ । পাঁচ মে'ৰ পৰা ২০ মে' পৰ্যন্ত আমেৰিকা ভ্ৰমণত থাকিব পাৰিব পত্নী সুনন্দা পুস্কৰ হত্যাকাণ্ডত অভিযুক্ত শশী থাৰুৰ ।
সুনন্দা পুস্কৰ হত্যাকাণ্ডঃ শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ - etv bharat
পত্নী হত্যাকাণ্ডৰ অভিযুক্ত কংগ্ৰেছ নেতা শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ ।
সুনন্দা পুস্কৰ হত্যাকাণ্ডঃ শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ
উল্লেখ্য যে, ২০১৪ বৰ্ষত ১৭ জানুৱাৰীত ৰাজধানী দিল্লীৰ ফাইভ ষ্টাৰ হোটেল এখনত উদ্ধাৰ হৈছিল কংগ্ৰেছ নেতা শশী থাৰুৰৰ পত্নী সুনন্দা পুস্কৰৰ মৃতদেহ । আনহাতে, দিল্লীৰ পাটিয়ালা আদালতে সুনন্দা পুস্কৰৰ হত্যাত স্বামী থাৰুৰ জড়িত থকাৰ অভিযোগ কৰিছিল । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষী আৰু এছআইটি দলে এতিয়াও অব্যাহত ৰাখিছে হত্যাকাণ্ডৰ তদন্ত ।