অসম

assam

ETV Bharat / bharat

৯ জন খেলুৱৈলৈ পদ্ম সন্মান প্ৰদান

ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে সোমবাৰে ৯ জনকৈ ক্ৰীড়া জগতৰ ব্যক্তিলৈ আগবঢ়াইছে পদ্ম সন্মান ।

By

Published : Mar 12, 2019, 12:28 PM IST

SPORTS PERSONALITIES HONOURED WITH PADMA AWARDS

নিউজ ডেস্ক, ১২ মাৰ্চ: ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে সোমবাৰে ৯ জনকৈ ক্ৰীড়া জগতৰ ব্যক্তিলৈ আগবঢ়াইছে পদ্ম সন্মান । এই সন্মান লাভ কৰা ক্ৰীড়াবিদসকল হৈছে মল্লযুঁজাৰু বজৰং পুনিয়া, ভাৰতীয় কাবাদী দলৰ অধিনায়ক অজয় ঠাকুৰ, প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ, ফুটবল দলৰ অধিনায়ক সুনিল ছেত্ৰী আৰু বাস্কেটবল খেলুৱৈ প্ৰসান্তি সিং, ধনুবিদ বমবাইলা দেবী লেইছৰাম, গ্ৰেণ্ডমাষ্টাৰ হৰিকা ড্ৰণাবল্লী আৰু টেনিছ তাৰকা শৰথ কমল ।

ABOUT THE AUTHOR

...view details