অসম

assam

ETV Bharat / bharat

ভুৱনেশ্বৰত 500 আন্দোলনকাৰীৰ ৰে’লৰ টিকট ক্ৰয়

ঢেংকনাল আৰু উৰিষ্যাৰ যাত্ৰীয়ে অন্য যাত্ৰীৰ বাবে দাঙি ধৰিলে এক অনন্য উদাহৰণ ৷ নিজ উদ্দেশ্য হেতু ৰেলীত যোগদান কৰিবলৈ ঢেংকনালৰ পৰা ভুৱনেশ্বৰলৈ অহা 500 আন্দোলনকাৰীয়ে কিনিলে ৰে’লৰ টিকট ৷

By

Published : Feb 19, 2020, 5:06 PM IST

Updated : Feb 19, 2020, 5:54 PM IST

500 agitators buy tickets to board train
ভুৱনেশ্বৰত 500 আন্দোলনকাৰীৰ ৰে’লৰ টিকট ক্ৰয়

নিউজ ডেস্ক,19 ফেব্ৰুৱাৰীঃঢেংকনালৰ পৰা ভুৱনেশ্বৰলৈ অহা 500 আন্দোলনকাৰীয়ে নিজ উদ্দেশ্য হেতু ৰেলীত যোগদান কৰিবলৈ আহোতে ৰে’লৰ টিকট ক্ৰয় কৰি নিজ যাত্ৰা অব্যাহত ৰাখে ৷ বুধবাৰে এই কথা সদৰী কৰে ভুৱনেশ্বৰ ৰেল’ৱে মুৰব্বীয়ে ৷ এই সন্দৰ্ভত উল্লেখনীয় যে, ৰেলীত ভাগ ল’বলৈ অহা কৰ্মকৰ্তাৰ দ্বাৰা ক্ৰয় কৰা টিকটৰ মূল্য বাস্তৱত বহুত দুৰ্লভ হয় ৷ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অংশগ্ৰহণকাৰীয়ে খুব কম পৰিমাণে টিকট ক্ৰয় কৰে ৷ কিন্তু এই ঘটনাই সাধাৰণ জনতাৰ ওপৰত এক মহত্বপূৰ্ণ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷

ভুৱনেশ্বৰত 500 আন্দোলনকাৰীৰ ৰে’লৰ টিকট ক্ৰয়

PTIয়ে সদৰি কৰা মতে, ‘‘যাত্ৰীসমূহে পুৰী-অংগুল মেমুলৈ যোৱাৰ বাবে আৰু প্ৰশংসনীয় উদাহৰণ দাঙি ধৰিবলৈ টিকট ক্ৰয় কৰিছে ৷ আন্দোলনকাৰী দলটোৰ মুখ্য নেতাগৰাকীয়ে ৰে’লত যাত্ৰা কৰিবৰ বাবে আৰু ৰে’লত অধিক সময় কটাবৰ বাবে ভুৱনেশ্বৰ ৰে’ল ষ্টেচনৰ প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিছিল ৷ এই ৰেলীত অধিক সংখ্যক আদিবাসী জনজাতীয় লোকে অংশগ্ৰহণ কৰে ৷ এগৰাকী অধিকাৰীয়ে জানিবলৈ দিয়ে যে, তেওঁ ভুৱনেশ্বৰৰ পৰা ঢেংকনাললৈ যাবলৈ 500 টা জেনেৰেল টিকট ক্ৰয় কৰে ৷’’

লগতে পঢ়কঃঅসম আৰক্ষীক টুইটাৰ যোগে প্ৰশংসা অক্ষয় কুমাৰ আৰু কৰণ জোহৰৰ

Last Updated : Feb 19, 2020, 5:54 PM IST

ABOUT THE AUTHOR

...view details