নিউজ ডেস্ক, 22 এপ্ৰিল : মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু দেশৰ 116 টা লোকসভা সমষ্টি ৷ দেশৰ 13 খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ' ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন৷
মঙলবাৰে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহ হৈছে- অসম, বিহাৰ,ছত্তিশগড়, জম্মু কাশ্মীৰ,কৰ্ণাটক, মহাৰাষ্ট্ৰ, ওড়িশা ,উত্তৰ প্ৰদেশ, পশ্চিমবংগ, গুজৰাট, কেৰালা, গোৱা, জম্মু-কাশ্মীৰ, দাদৰা নগৰ হাভেলি দমন-দিউ আৰু ত্ৰিপুৰা৷
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটা হৈছে :
গুজৰাট 26 টা সমষ্টি,কেৰালা 20 টা সমষ্টি,মহাৰাষ্ট্ৰ 14 টা সমষ্টি,কৰ্ণাটক 14 টা সমষ্টি,উত্তৰ প্ৰদেশ 10 টা সমষ্টি,
ছত্তিশগড় 7 টা সমষ্টি,ওড়িশা 6 টা সমষ্টি,অসম 4 টা সমষ্টি,বিহাৰ 5 টা সমষ্টি,পশ্চিম বংগ 5 টা সমষ্টি,গোৱা 2 টা সমষ্টি,জম্মু-কাশ্মীৰ 1 টা সমষ্টি,দাদৰা নগৰ হাভেলী 1 টা সমষ্টি, দমন দিউ 1 টা সমষ্টি,ত্ৰিপুৰা 1 টা সমষ্টি
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভিৱেট প্ৰাৰ্থীৰ তালিকা: