তেজপুৰ, 29 মে': ৰাজ্যত ভূমিকম্পৰ জোকাৰণি । ৰেমল ঘূৰ্ণিবতাহৰ পাচত এতিয়া যেন বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ পৰিলক্ষিত হৈছে অসমত ।
বুধবাৰৰ সন্ধিয়া প্ৰায় 6.43 বজাত ভূঁইকপৰ জোকাৰণি অনুভূত হয় ৰাজ্যৰ লগতে উঃপূৰ্বাঞ্চলত । এই ভূইকঁপৰ উৎপত্তিস্থল ম্যানমাৰ বুলি জানিব দিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 5.6 ।