মেষ ৰাশি : দিনটো শুভ ৷ শুভবাৰ্তা লাভ ৷ বহুতো ব্যক্তি সৈতে সংযোগ স্থাপন হ’ব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ কৰ্ম ক্ষেত্ৰত প্ৰশংসা লাভ ৷
বৃষ ৰাশি :দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ খৰচ বৃদ্ধি ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷
মিথুন ৰাশি :দিনটো মধ্যমীয়া ৷ ভ্ৰমন বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷ মানসিক অশান্তি হ’ব পাৰে ৷
কৰ্কট ৰাশি : প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷
কন্যা ৰাশি :জ্যেষ্ঠ জনৰ পৰামর্শ গ্ৰহণ কৰিলে সফল হ’ব ৷ আজি কোনো শুভ ফল লাভ কৰিব পাৰে ৷ নিজৰ কর্মত মনোযোগ দিয়ক ৷ প্ৰেমত শুভ ৷