অসম

assam

ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 19TH NOVEMBER

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily Horoscope For 19th November 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Nov 19, 2024, 12:41 AM IST

মেষ ৰাশি: দিনটো শুভ ৷ বাপ্পা গণেশ আৰু লক্ষ্মী মাৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব ৷ কৰ্মক্ষেত্ৰত সফলতা অৰ্জন ৷ প্ৰেমৰ সম্পৰ্কত কিছু বাধা-বিঘিনি আহিলেও দূৰ হ’ব ৷

বৃষ ৰাশি:আপোনাৰ মিঠা কথা বাৰ্তাই আনক আকৰ্ষণ কৰিব আৰু মানসিক স্থিতি উন্নত কৰিব ৷ কিছু কথাত ব্যৰ্থ হ'ব পাৰে যদিও বিচলিত নহ'ব ৷ নিজৰ স্থিতিত অটল থাকক ৷

মিথুন ৰাশি: দিনটো শুভ ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে একো তৰ্ক বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ ৷

কৰ্কট ৰাশি: ভাতৃস্নেহ লাভ কৰিব ৷ ব্যৱসায় আগবঢ়োৱাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষন কৰিব গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ ধন লাভ ৷

সিংহ ৰাশি:দিনটো শুভ ৷ অসম্পূৰ্ণ কাম সম্পন্ন কৰিব পাৰিব ৷ সামাজিক ক্ষেত্ৰত সুনাম আৰু সন্মান অৰ্জন ৷ কথা কওঁতে সাবধান হ'ব ৷ খং ত্যাগ কৰক ৷ শৰীৰৰ যত্ন লওক ৷

কন্যা ৰাশি: মানহানি হোৱাৰ সম্ভাৱনা ৷ শাৰিৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভব কৰিব পাৰে ৷ প্ৰিয়জনৰ কথাই চিন্তাত পেলাব পাৰে ৷ খং আৰু আক্ৰমনাত্মক আচৰণৰ পৰা বিৰত থাকক ৷ ধৰ্মীয় কাৰ্যত খৰচ বৃদ্ধি ৷ শৰীৰৰ যত্ন লওক ৷ দুৰ্ঘটনাৰ সম্ভাৱনা ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ বিভিন্ন ক্ষেত্ৰত আনন্দ লাভ কৰিব ৷ দৰমহা বৃদ্ধি ৷ বন্ধুৰ লগত সময় কটাব ৷ বিবাহ প্ৰাৰ্থীসকলে মন পচন্দৰ সংগী বিচাৰি পাব ৷ সকলোৰে সৈতে মিলা-প্ৰীতিৰে থাকক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো লাভজনক ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকুল হ'ব ৷ কৰ্মক্ষেত্ৰত সফলতা ৷ আপোনাৰ কামসমূহ সহজে শেষ কৰিব পাৰিব ৷ পদোন্নতিৰ যোগ ৷ পাৰিবাৰিক জীৱন সুখ ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ ৷ সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ দিব ৷

ধনু ৰাশি:শাৰীৰিক অসুস্থতাৰ ফলত এলেহুৱা অনুভৱ কৰিব পাৰে ৷ উদ্দিগ্নতা আৰু মানসিক অশান্তি ৷ সাৱধানতা অৱলম্বন কৰক ৷ সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক পৰা আঁতৰত থাকক ৷

মকৰ ৰাশি: হঠাৎ শাৰীৰিক অসুস্থতাৰ ফলত এলেহুৱা অনুভৱ কৰিব পাৰে ৷ সামাজিক আৰু দৈনন্দিন কামবোৰ সময়মতে হৈ থাকিব ৷ খোৱা বোৱাত চকু ৰাখক ৷ আক্ৰমণমূলক আচৰণ ত্যাগ কৰক ৷ মানসিক আৰু শাৰিৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ৷ কষ্টৰ ফল লাভত ব্যৰ্থ ৷ সন্তানৰ বাবে চিন্তা থাকিব ৷ মনলৈ বিপৰিত চিন্তা আহিবলৈ নিদিব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ চৰকাৰী কামত সফলতা ৷

কুম্ভ ৰাশি: আপোনাৰ কামবোৰ সতৰ্কতা আৰু লক্ষ্য স্থিৰভাৱে কৰিব ৷ ভ্ৰমণৰ যোগ ৷ সুন্দৰ সাজ-পোছাক পৰিধান কৰিব পাৰে ৷ নতুন বাহন ক্ৰয়ৰ সম্ভাৱনা ৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা লাভদায়ক দিন ৷ আপোনাৰ আত্মবিশ্বাস আৰু লক্ষ্যই পূৰ্ণতা প্ৰাপ্তি কৰিব ৷ শৰীৰৰ পৰা কোনো অশুবিধা নাপায় ৷ ঘৰৰ পৰিবেশ সুন্দৰ হ'ব ৷ আপোনাৰ প্ৰতিযোগী সকলৰ পৰাজয় হ'ব ৷ বিদেশ ভ্ৰমণৰ যোগ ৷ কলা, সাহিত্যৰ সৈতে জড়িত লোকসকলৰ বাবে আজি অতি উত্তম দিন ৷

ABOUT THE AUTHOR

...view details