ৰামৰ আগমনৰ পূৰ্বে আলোকিত ৰাম নগৰী অযোধ্যা - Latest Pictures Of Ram Mandir

Latest Pictures Of Ram Mandir : দেওবাৰৰ পৰাই আৰম্ভ হ’ব ‘‘ৰাত্ৰি জাগৰণ অধিবাস’’ ৷ ১২৫ টা কলহৰ পবিত্ৰ পানীৰে স্নান কৰোৱা হ'ব ৰাম লালাক ৷ পোহৰেৰে আলোকিত ৰাম মন্দিৰৰ প্ৰাংগন ৷ অপেক্ষা আৰু কিছু ক্ষণৰ ৷
Published : Jan 21, 2024, 9:47 PM IST