মেষ ৰাশি : কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিব । প্ৰকল্পৰ কাৰণে চৰকাৰী কোনো সাহায্য লাভৰ সম্ভাৱনা । কামৰ কাৰণে ভ্ৰমণত যাব পাৰে । ঘৰৰ পৰিৱেশ আনন্দমুখৰ । কামৰ বোজা বৃদ্ধি । মাতৃৰ স্বাস্থ্য উন্নত ।
বৃষ ৰাশি :দিনটো মধ্যমীয়া ৷ মিশ্ৰ ফল লাভ । ব্যৱসায়ৰ বিভিন্ন উদ্যোগত বিনিয়োগ কৰি নতুন কাম আৰম্ভ কৰিব পাৰে । ভৱিষ্যতৰ পৰিকল্পনাও কৰিব পাৰে । বিদেশ ভ্ৰমণৰ যোগ ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ যোগ ৷ আধ্যাত্মিকতা বৃদ্ধি । স্বাস্থ্যৰ যতন ল’ব । কামৰ বোজা বৃদ্ধি ।
মিথুন ৰাশি :দিনটো বিশেষ শুভ নহয় ৷ সতৰ্ক থাকক । স্বাস্থ্যৰ অনুন্নত ৷ পৰাপক্ষত অস্ত্ৰোপ্ৰচাৰ কৰাৰ পৰা বিৰত থাকক ৷ শাৰীৰিকৰ লগতে মানসিকভাৱেও হতাশ হৈ থাকিব পাৰে । বিবাদ এৰাই চলক ৷ অধিক ব্যয় হ’ব পাৰে ৷ আৰাধ্য দেৱতাৰ পূজা কৰক, মানসিক শান্তি লাভ কৰিব ৷
ককৰ্ট ৰাশি :দিনটো মধ্যমীয়া ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে দিনটো কটাব পাৰে । কৰ্মক্ষেত্ৰত আৰ্থিক লাভ । ভ্ৰমণৰ যোগ ৷ সামাজত সন্মান বৃদ্ধি ।
সিংহ ৰাশি :দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ’ব ৷ বিভিন্ন কাৰণত মনটো বেয়া লাগিব পাৰে । কামত বাধা আহিব পাৰে । কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায় নাপাব পাৰে ৷ ঊৰ্ধ্বতনসকলৰ সৈতে কথা পতাৰ সময়ত সতৰ্কতা অৱলম্বন কৰক ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ভাল ফল নাপাবও পাৰে ৷
কন্যা ৰাশি :দিনটো মধ্যমীয়া ৷ শিক্ষাৰ্থীৰ বাবে দিনটো কঠিন । সন্তানক লৈ চিন্তা হ’ব পাৰে ৷ শ্বেয়াৰ বজাৰৰ বাতৰিয়ে হতাশ কৰিব পাৰে । মানসিক অশান্তি হ’ব পাৰে । বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ।