তেজপুৰত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

🎬 Watch Now: Feature Video

thumbnail
তেজপুৰত ব্ৰহ্মপুত্ৰৰ বিপদ সীমা ৬৫.২৩ ছেণ্টিমিটাৰ হোৱাৰ পৰিৱৰ্তে ৬৬.২০ ছেণ্টিমিটাৰৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ । ইপিনে গণেশ ঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ 66.34 ছেণ্টিমিটাৰলৈকে বৃদ্ধি পাইছে । যাৰ ফলত চহৰৰ কাষৰীয়া জাহাজ ঘাট, পুৰণি ৰেলৱে ষ্টেচন, চানমাৰি ,কলিবাৰী আদি অঞ্চল জলমগ্ন হৈ পৰিছে । আনহাতে আজি পুৱা ৮ বজালৈকে গাভৰু নদীৰ বিপদ সীমা ৬৯.৫০ ছেণ্টিমিটাৰ হোৱাৰ পৰিৱৰ্তে ৬৮.৯১ ছেণ্টিমিটাৰেৰে বৈছে গাভৰু নদী । এই সন্দৰ্ভত তেজপুৰৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.