COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া পৰিসংখ্যা

🎬 Watch Now: Feature Video

thumbnail
14 জুলাইৰ দিনটোত বিশ্বৰ ভিন্ন প্ৰান্তত 13,238,121 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ উল্লেখ্য যে, একেটা দিনতে এই মহামাৰীৰ ফলত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 575,545 গৰাকীলৈ ৷ বিগত কেবাদিনে সৰ্বাধিক COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ দেশখনত মুঠ 3,479,483 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে COVID-19ত মৃত্যু হৈছে 138,247 গৰাকী লোকৰ ৷ এই তালিকাৰ দ্বিতীয় নম্বৰত আছে ব্ৰাজিল ৷ ব্ৰাজিলত এই পৰ্যন্ত 1,887,959 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃতকৰ সংখ্যা 72921 লৈ বৃদ্ধি পাইছে ৷ আনহাতে এই তালিকাৰ তৃতীয় নম্বৰত আছে ভাৰত ৷ দেশত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 906,752 লৈ বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যা 23,727 লৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.