কেনেকৈ পুখুৰীক মাছ উৎপাদনৰ বাবে উপযোগী কৰি তুলিব ?
🎬 Watch Now: Feature Video
আপোনাৰ ঘৰৰ পাছফালৰ বাৰীত থকা সৰু পুখুৰীটোৱে মোকলাব পাৰে উপাৰ্জনৰ বাট । চৰকাৰী চাকৰি বিচাৰি বছৰৰ পিছত বছৰ ধৰি অপেক্ষা কৰি থকাতকৈ অতি কম খৰচতে স্বাৱলম্বী হোৱাৰ বাবে আপুনিও আৰম্ভ কৰিব মাছৰ উৎপাদন । দক্ষিণ কাশ্মীৰৰ বিলাল আহমেদ খানে আটকধুনীয়া মাছৰ ফাৰ্মখন কেনেকৈ আৰম্ভ কৰিছিল জানো আহক ৷