মাজুলীত কিয় প্ৰতিবাদত বহিল চিত্ৰশিল্পী নীলিম মহন্ত ?

By

Published : Feb 25, 2022, 12:09 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

নদীদ্বীপ মাজুলীৰ এখন জীয়া ছবি,য'ত প্ৰতিভূত হৈছে মাজুলীৰ নৈ পৰীয়া ৰাইজৰ দুৰ্বিসহ জীবনৰ কৰুণ গাথা । মাজুলীৰ মহৰী চুকত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ দৃশ্য । খহনীয়াত ইতিমধ্যে জাহ গৈছে এখন বিদ্যালয় । সেই স্থানত উপস্থিত হয় জনপ্ৰিয় চিত্ৰশিল্পী নীলিম মহন্ত (Artist Neelim Mahanta at Majuli)লগতে তেওঁৰ শিল্পী সতীৰ্থসকল(A group of painters at Majuli)। চিত্ৰৰ মাজেৰে নীলিম মহন্ত নেতৃত্বত এই শিল্পীৰ দলটোৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে । খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ছবিৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে(artist protesting with drawings in Majuli) ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.