ETV Bharat / sukhibhava

Jaggery & ginger in Cough Cold: বতৰৰ পৰিবৰ্তনৰ লগে লগে স্বাস্থ্যৰ অৱনতি ঘটিছে নেকি ? তেন্তে গুড়-আদাই দিব আপোনাক সকাহ

author img

By

Published : Feb 14, 2023, 6:21 PM IST

বতৰৰ পৰিবৰ্তনৰ লগে লগে বিভিন্ন ৰোগৰো আগমণ ঘটে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ ফলত চৰ্দি, কাহ আদি বৃদ্ধি পাবলৈ ধৰে সেয়ে ইয়াৰ পৰা উপশম পাবলৈ আপুনি ঘৰতে সহজতে তৈয়াৰ কৰিব পাৰে এইবিধ খাদ্য ৷ জানি লওক ৰেচিপি...

Jaggery and ginger will provide relief if your health is deteriorating in the changing season consume it like this
বতৰৰ পৰিবৰ্তনৰ লগে লগে স্বাস্থ্যৰ অৱনতি ঘটিছে নেকি? তেন্তে গুড়-আদাই দিব আপোনাক সকাহ

শীতকাল আৰু ঘন কুঁৱলীৰ আঁতৰাৰ পিচত এতিয়া লাহে লাহে বতৰৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে । এই সময়ত নিজৰ যত্ন লোৱাটো পূৰ্বতকৈ অধিক প্ৰয়োজনীয় হৈ পৰিছে । ঋতুৰ পৰিৱৰ্তনে ৰোগ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি কৰে, এই ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যৰ অৱস্থা ভাল হোৱাটো অতি গুৰুত্বপূৰ্ণ । এনে বতৰৰ বাবে ঋতুভিত্তিক আৰু লোকেল খাদ্য খোৱাটোও অতি প্ৰয়োজনীয় । তাৰ পিছতো যদি আপুনি সুস্থ হ’ব নোৱাৰে তেন্তে আয়ুৰ্বেদত ইয়াৰো নিৰাময় আছে । বতৰৰ পৰিৱৰ্তনৰ বাবে যদি সঘনাই কাহ আৰু হাঁচি আহে তেন্তে ঘৰতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা লাৰু তৈয়াৰ কৰি গ্ৰহণ কৰিলে আপুনি চৰ্দি জ্বৰ আদিৰ পৰা যথেষ্ট সকাহ লাভ কৰিব (Ginger Jaggery in Cough Cold)।

এতিয়া বতৰ সলনি হৈছে (Jaggery and ginger in Cough)। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি ল’ৰা-ছোৱালীলৈকে সকলোৱে এলাৰ্জী, চৰ্দি, কাহৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছে (Jaggery and ginger will provide relief)। বিশেষকৈ যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম (Jaggery and ginger for immunity boosting)। এনে ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে যুগ যুগ ধৰি ভাৰতীয় পাকঘৰত তৈয়াৰ হৈ অহা এই Immunity Laddu সকলোৱে খোৱাটো উচিত । জানি লওক ইয়াক তৈয়াৰ কৰাৰ পদ্ধতি ৷

লাৰু তৈয়াৰ কৰাৰ পদ্ধতি-

লাৰুৰ উপাদান (সকলো সমান পৰিমাণে লওক)

  • গুড়
  • শুকান আদাৰ গুড়ি
  • গৰু ঘিউ
  • তিনিওটা উপাদানৰ মিশ্ৰণৰ পৰা সৰু সৰু তৈয়াৰ কৰি লওক

কোন কোন লোকে গ্ৰহণ কৰা উচিত

  • এই লাৰু চৰ্দি, কাহ বা ভাইৰাছজনিত সংক্ৰমণৰ এলাৰ্জী থকা প্ৰতিজন ব্যক্তিয়ে সেৱন কৰিব পাৰে ।
  • ই ৰোগ সংক্ৰমণ ৰোধ কৰে আৰু লগতে চৰ্দি, কাহত তৎক্ষণাত উপশম দিয়ে(Jaggery and ginger) ।
  • ই গেষ্ট্ৰিকৰ পৰাও উপশম দিয়ে
  • যদি আপুনি দুৰ্বল অনুভৱ কৰি আছে আৰু শক্তি কম, তেন্তে সাধাৰণ দুৰ্বলতাৰ বাবেও ই উত্তম ।

বিশেষজ্ঞৰ মতে গুড় আৰু শুকান আদাৰ গুড়িয়ে ঠাণ্ডাৰ বিৰুদ্ধে যুঁজিবলৈ ভাল কাম কৰে কিন্তু ঘিউ প্ৰকৃতিত ঠাণ্ডা হয় গতিকে দীৰ্ঘদিনীয়া চৰ্দি কাহৰ সমস্যা থকা ব্যক্তিয়ে ঘিউ সেৱন কৰাটো এৰাই চলিব লাগে কাৰণ ই ঠাণ্ডা বৃদ্ধি কৰিব পাৰে ৷ আনহাতে, শুকান আদাই কফ কমোৱাৰ কথা ।

লগতে পঢ়ক: Home Remedies For Pollution Allergy: প্ৰদূষণ সম্পৰ্কীয় এলাৰ্জী দূৰ কৰিবলৈ ফলপ্ৰসূ এই ৫টা ঘৰুৱা উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.